নিয়ৰৰ চানেকি অকনো নাছিল
পথভ্ৰষ্ট বিকলংগ মই
ঠিকনা বিছাৰি হাইৰান
ক'ত সাৰথি
অথবা নিসংগতাৰ
কান্ধতেই বোজাবোৰ
সাগৰত কাতৰ
নিশাৰ অন্ধকাৰ
অতিকে ভয়ানক
যেনিবা পদূলীৰ
কাষ চাপিলো
তাতো কোনো নাছিল
হতাশাত একমত ।
মাজনিশা অকলে
ধাপলি মেলিম
সূৰুজমুখি পথত।।

Welcome visitors to your site with a short, engaging introduction. Double click to edit and add your own text.