
বহুদুৰ আগুৱাই অহাৰ পৰ সপোনবোৰৰ পৰা হাত হেৰুৱাই ঘৰমুৱা পখীৰ উভতিবৰ হল কোমল ৰদালিৰ বিদাইৰ আবেলিত কাষ চাপি অহা গধূলিৰ আন্ধাৰত যেন ঘৰৰ বাত হেৰুৱাই ৰল। আবেলি, গধূলি আৰু ৰাতিৰ এখন্তেক মোৰ সপোন, হেপাহ আৰু এই অচিন দেশ নাই শুনা পাবলৈ এজন লগৰৰ মাত নাই ভোক মাৰিবলৈ এসাজ ঘৰৰ ভাত চাই ৰৈ আছোঁ নিজান আন্ধাৰে আগুচি ধৰা মোৰ আশাৰ আকাশত জিলিকি থকা এহেজাৰ তৰা। এতিয়া ৰাতিক বিদাই দি ৰৈ গল মাথো পোৱাৰ অপেক্ষা যেন পোহৰৰ হৈতে কঢিয়াই আনিব মোৰ সপোন আৰু ঘৰৰ ঠিকনা।