সেইখিনিতে আছিল
সপোনজোপা
সন্ত্ৰাসৰ ধুমুহাজাক আহিছিল যোৱাৰাতি
অৰ্ধভঙ্গনত
সপোনজোপা নিস্তাল হৈ বাগৰি থাকিল
গোটেই নিশা সি
হিয়াফেঁকুৰি কটালে
লেবেজান
সপোনজোপা এটিয়াও
অৰ্ধভঙ্গ
কৰিব কি আৰু
মাথো ফেকুঁৰি আছে ।।
-Arnab Reyaan Rajbangshi
Welcome visitors to your site with a short, engaging introduction. Double click to edit and add your own text.